Jodi Jibonor Rong Bure Lyrics by Zubeen Garg. Most Popular Assamese Song.
Audio Credits
- Song : Jodi Jibonor Rong Bure (যদি জীৱনৰ ৰং বোৰে)
- Singer : Zubeen Garg (জুবিন গাৰ্গ)
- Album : Jibon Bator Logori (জীৱন বাটৰ লগৰী)
Jodi Jibonor Rong Bure Lyrics in Assamese
যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
যদি আশাৰ চাকিটি উমি উমি জ্বলে,
তথাপিও বন্ধু আগুৱাই যাবা -2x
পিছলৈ ঘূৰি নাচাবা (2x)।
যদি জোন বেলি তৰাইও মুখ ঢাকে,
যদি মুক্ত আকাশৰ ৰদেও নাহাঁহে,
তথাপিও বন্ধু মনোবল ৰাখিবা (2x)
শেষত সকলো পাবা (2x)..
যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে…….
নানা ৰং ভৰা আমাৰেই জীৱন,
সুখ দুখ কৰোঁ আলিংগন ..
নানা ৰং ভৰা আমাৰেই জীৱন,
সুখ দুখ কৰোঁ আলিংগন ..
মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি (2x),
এই মৰুভূতা জীৱন (2x)।
জীৱন পথত আছে ঘাত প্ৰতিঘাত,
নিশাৰ শেষত আছে প্ৰভাত…
জীৱন পথত আছে ঘাত প্ৰতিঘাত,
নিশাৰ শেষত আছে প্ৰভাত,
জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত (2),
শান্তি লবা সিপাৰত..
শান্তি লবা সিপাৰত….
শান্তি লবা সিপাৰত..
শান্তি লবা সিপাৰত…..
যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
যদি আশাৰ চাকিটি উমি উমি জ্বলে,
তথাপিও বন্ধু আগুৱাই যাবা (2),
পিছলৈ ঘূৰি নাচাবা……….
Jodi Jibonor Rong Bure Lyrics in English
Music Vedio Of Jodi Jibonor Rong Bure Song