যদি জীৱনৰ ৰংবোৰে Jodi Jibonor Rong Bure Lyrics – Zubeen Garg

Jodi Jibonor Rong Bure Lyrics In Assamese, sung by Zubeen Garg. Most Popular Assamese Song. From the “Jibon Bator Logori” Album.

Jodi Jibonor Rong Bure Lyrics

Song Details

  • Song : Jodi Jibonor Rong Bure (যদি জীৱনৰ ৰং বোৰে)
  • Singer : Zubeen Garg (জুবিন গাৰ্গ)
  • Album : Jibon Bator Logori (জীৱন বাটৰ লগৰী)

Jodi Jibonor Rong Bure Lyrics in Assamese

যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
যদি আশাৰ চাকিটি উমি উমি জ্বলে,
তথাপিও বন্ধু আগুৱাই যাবা -2x
পিছলৈ ঘূৰি নাচাবা (2x)।

যদি জোন বেলি তৰাইও মুখ ঢাকে,
যদি মুক্ত আকাশৰ ৰদেও নাহাঁহে,
তথাপিও বন্ধু মনোবল ৰাখিবা (2x)
শেষত সকলো পাবা (2x)..

যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে…….

নানা ৰং ভৰা আমাৰেই জীৱন,
সুখ দুখ কৰোঁ আলিংগন ..
নানা ৰং ভৰা আমাৰেই জীৱন,
সুখ দুখ কৰোঁ আলিংগন ..
মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি (2x),
এই মৰুভূতা জীৱন (2x)।

জীৱন পথত আছে ঘাত প্ৰতিঘাত,
নিশাৰ শেষত আছে প্ৰভাত…
জীৱন পথত আছে ঘাত প্ৰতিঘাত,
নিশাৰ শেষত আছে প্ৰভাত,
জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত (2),
শান্তি লবা সিপাৰত..
শান্তি লবা সিপাৰত….
শান্তি লবা সিপাৰত..
শান্তি লবা সিপাৰত…..

যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
যদি আশাৰ চাকিটি উমি উমি জ্বলে,
তথাপিও বন্ধু আগুৱাই যাবা (2),
পিছলৈ ঘূৰি নাচাবা……….

[crp]

Music Vedio Of Jodi Jibonor Rong Bure Song