Eti Pol Ruwana Song Details:
Eti Pol Ruwana Lyrics
এটি পল ৰোৱানা
দুবাহুতে মধুৰ বেলা
এটি পল ৰোৱানা
দুবাহুতে মধুৰ বেলা
এসুঁতি জিৰাবলৈ মোৰ
মনতে হেঁপাহে আবুৰ
এছাটি ৰং আজীৱন
তোমাৰ নামতে মোৰ
এছাটি ৰং আজীৱন
তোমাৰ নামতে মোৰ।
এটি পল ৰোৱানা
দুবাহুতে মধুৰ বেলা
গণি গণি ঘূৰি আহি তোমাতে ৰওঁ আকৌ এবাৰ
গোৱা তুমি মৰমৰে গান
লেখি লেখি থুপিতৰা জোনাকী বহু নিশাৰ
গোৱা তুমি উতনুৱা গান
মোৰ আকাশ তুমিয়েই
এছাটি ৰং আজীৱন
তোমাৰ নামতে মোৰ
এছাটি ৰং আজীৱন
তোমাৰ নামতে মোৰ।
ঘূৰি ঘূৰি জুমি জুমি তোমাকে চাওঁ বাৰে প্ৰতি
দেখা পালে হৃদয় জুৰে
মুঠি মুঠি শেৱালিৰে কৰণি পাওঁ তোমাৰ নামত
হাঁহি এটি সৰকি পৰে
হাবিয়াস তুমিয়েই।
এছাটি ৰং আজীৱন
তোমাৰ নামতে মোৰ
এছাটি ৰং আজীৱন
তোমাৰ নামতে মোৰ।
এটি পল ৰোৱানা
দুবাহুতে মধুৰ বেলা
Eti Pol Ruwana Song Video
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!