এৰি নেজাবি Eri Najabi Lyrics – Zubeen Garg |

Eri Najabi Lyrics, sung by Zubeen Garg. One of the most popluar song by Zubeen.

Eri Najabi Lyrics

Song Details

  • Song : Aeri Najabi
  • Album : Golden Collection Of Zubeen Vol – I
  • Singer : Zubeen Garg
  • Music : Zubeen Garg
  • Label : NK Production

Eri Najabi Lyrics

এৰি নেজাবি নেজাবি যাবি লগতে মোক লৈ
তই নহলে নহলে হিয়াই নামানে অই
এৰি নেজাবি নেজাবি যাবি লগতে মোক লৈ
তই নহলে নহলে হিয়াই নামানে অই
চেনেহা চেনেহী কেতিয়ানো কৰিবি
লাহেকৈ বুকুৰে কেতিয়ানো হবিহি
মোৰ মনতোলৈ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ

কবিতাৰ কথাবোৰ
লিখিব নোৱাৰোঁ
মৌসনা মিঠাকাৰ
শুনাব নোৱাৰোঁ
মাথো খুজিলেই খুজি ছাবি
কলিজা তোৰ হাতত পাবি
মাথো খুজিলেই খুজি চাবি
কলিজা তোৰ হাতত পাবি
এশাৰী দুশাৰী আগুৱাই আহিছো
তোৰ ঘাটতে নাও লগাব খুজিছোঁ
ল আজৰি অই
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ

ইবেলি সিবেলি
পোৱাগৈ গধূলি
ইকাষে সিকাষে
সপোন তোৰ হাবটি
উৰিবলে মন পাখি লগাই
প্ৰেম হবলা এনেকুৱাই
উৰিবলে মন পাখি লগাই
প্ৰেম হবলা এনেকুৱাই
উপৰা উপৰি ভাৱনা আহিলে
ওফৰা ওফৰি কামনা জাগিলে
দুখ নিদিবি অই
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ

[crp]

Music Video Of Eri Najabi Lyrics Song