Eka Beka Lyrics In Assamese, sung by Nikhil & Tanveer Masoom. Published On 3rd February 2021. Lyrics penned by Prasant Das.
Song Credits
- Music produced by Harshraj Pathak
- Vocals by Nikhil Sarma & Tanveer Masoom
- Composition by Tanveer Masoom
- Lyrics – Prasant Das
- Mix-Master – Nibir X
- Direction : Bedanta Gogoi
- Cast : Subhranil Bora & Queen Shivam Nath
- Label: Nikhil Sarma
Eka Beka Lyrics In Assamese
একা বেকা বাটেৰে বাট বুলি
বিচাৰি তোমাৰ খোজেৰে ধূলি
তুমি গৰকি যোৱা এই আবেলি
নিয়ৰে সজাব খোজা গধূলি
তোমাকে যদি কাষতে পাওঁ
বাকী পৃথিৱী পাহৰি যাওঁ
কণ কণ আশাৰে
ঢাকি ললোঁ নিজকে
হেঙুলীয়া হেঁপাহৰ
জিৰণি নিজনতে
তুমি চালেই বাঢ়ে ঢৌ
বুকুৰে ভিতৰতে
তুমি চুলেই বৰষুণ
খৰালি আকাশতে
যদি কাষতে পাওঁ
বাকী পৃথিৱী পাহৰি যাওঁ
তোমাকে যদি কাষতে পাওঁ
বাকী পৃথিৱী পাহৰি যাওঁ
[crp]
Music Video Of Eka Beka Song

