Dusto Suwali Lyrics – Gitanjali Das

Dusto Suwali Lyrics by Gitanjali Das is the latest Assamese song with music is given by Ujjwal Aarong. Dusto Suwali lyrics are written by Ramen Danah.

Dusto Suwali Lyrics

Dusto Suwali Song Details:

Song: Dusto Suwali
Singer: Gitanjali Das
Music: Ujjwal Aarong
Written by: Ramen Danah
Label: Gitanjali Das Youtube Channel

Dusto Suwali Lyrics

হে মই লং ঘনে ঘনে তোৰে নাম
জান চিঞৰি চিঞৰি
মই কং মই তোকে ভালে পাং
কথা ক’লোং চিধা চিধি

হে মই লং ঘনে ঘনে তোৰে নাম
জান চিঞৰি চিঞৰি
হে মই কং মই তোকে ভালে পাং
কথা ক’লোং চিধা চিধি

তোৰ প্ৰেমত ঘপককৈ পিচলি
এহে পৰিলো বুলি সেইবুলি নহং মই ৰচকী
এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী

মন খুলি খুলি পাতিবলে কথা
মন জাগে তোৰে লগত
থৰ লাগি লাগি দুচকুলে চায়

মৰম লগাই লগাই ভালপোৱা জগাই
কোনোবা এপাকত
তই ল’লি ল’লি কলিজাতে ঠাই
তোৰ প্ৰেমত ঘপককৈ পিচলি
এহে পৰিলো বুলি সেইবুলি নহং মই ৰচকী
এহে প্ৰেমতে পাগলী….
নহং নহং ওহোঁ নহং দুষ্ট ছোৱালী
মই দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী

হে ৰূপে তিলোত্তমা… নহলোং যেনিবা
তাকে বুলি ময়ো নহয়… তেনেই পৰি মৰা
অই সলনা সলনি কৰি চালে হিয়া
হে বুজি পাবি ভালেকৈ মই কেনেকুৱা

তোৰ প্ৰেমত ঘপককৈ পিচলি
এহে পৰিলো বুলি
সেইবুলি মই নহং ৰচকী এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী…. দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী মই নহং দুষ্ট ছোৱালী
হে দুষ্ট ছোৱালী নহং দুষ্ট ছোৱালী
দুষ্ট ছোৱালী ওহোঁ দুষ্ট ছোৱালী

Dusto Suwali Music Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!