Dusto Sokujuri Lyrics by Deepshikha Bora, Montumoni Saikia is the latest Assamese song with music also given by Rex BORO. Dusto Sokujuri lyrics are written by Deepshikha Bora.
Dusto Sokujuri Song Details:
Song: | Dusto Sokujuri |
Singer(s): | Deepshikha Bora, Montumoni Saikia |
Musician(s): | Rex BORO |
Written by: | Deepshikha Bora |
Label(©): | Deepshikha Bora |
Dusto Sokujuri Lyrics
তোৰ দুষ্ট চকু যুৰিৰে
মোকে জোঁকাবি চোন
মোৰ ভাল লাগে
মোৰ পিছে পিছে আহি
জান বুলিবি চোন
মোৰ ভাল লাগে
গুলপীয়া পৰিছ চোন তই লাজতে
খেলিমেলি কৰিছ চোন তই খোজতে
তোৰ বেকাঁ-বেঁকি কথাৰে
মোকে ভোলাবি চোন
মোৰ ভাল লাগে
মোৰ পিছে পিছে আহি
জান বুলিবি চোন
মোৰ ভাল লাগে
নদীয়ে নদীয়ে উটি যাওঁ দুয়ো ব’ল
মোহনাত পাতিমে বিয়া
ওখকৈ পাহাৰৰ দাঁতিতে কলিজা
যাচি দিম কোমলকৈ হিয়া
মই নালাগে বুলিলেও
ধৰি ৰাখিবি চোন মোৰ ভাল লাগে
মই পাগলী হৈ যোৱাকে
মৰম বুলাবিচোন মোৰ ভাল লাগে
পকোৱা সূঁতাৰে
আঁটি আঁটি বান্ধি ল’ম
থাকিবি বুকুৰে
ছেগ বুজি কৰিবি
মৰমৰে আমনি
মৰি যাম জান’ মই লাজত
তোৰ দুষ্ট চকু যুৰিতে
কাজল সানিবি চোন
মোৰ ভাল লাগে
তোৰ কোমল দুটি ওঁঠেৰে
হাঁহি থাকিবি চোন
মোৰ ভাল লাগে