Dure Dure Lyrics – Zubeen Garg | Maya

Dure Dure Lyrics by Zubeen Garg is the latest Assamese song from the album “Maya”. The song lyrics were written by Zubeen Garg and the music is also given by him.

dure dure lyrics

“Dure Dure” Track Info:

Song: Dure Dure
Album: Maya
Singer: Zubeen Garg
Lyrics: Zubeen Garg
Music: Zubeen Garg

Dure Dure Lyrics In Assamese

আজিও যে নুবুজোঁ একোকে
কাৰ বাবে আছোঁ যে ৰৈ
জানিছিলোঁ তুমি মোৰ নোহোৱা
তথাপিতো মই ৰ’ম..

দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একোৰা জুই হৃদয়ত
নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে,, ক’ব খোজা
দূৰে দূৰে…

তোমাৰ নীলা দুচকুতে দেখোঁ নিতে মই
আশাৰ ৰঙৰ ৰঙীন পোহৰ
জোনৰ দৰে.. জ্বলি ৰ’ম তোমাৰ মন আকাশত
জোনাকৰ অমীয়া সুৰ বিলাই..

জীৱন পথত কাহানিবা যদি হাৰো
দিবা প্ৰেৰণা মোক যুঁজিবলে
এন্ধাৰ পথত জ্বলি ৰ’বা তুমি চাকি হৈ
তেজৰ প্ৰভাতক আনিবলে..
দূৰে দূৰে…
প্ৰেমৰ হেনো নাথাকে কোনোকালে সীমনা
তথাপি আমি যেন মেঘৰ আঁৰত
মোৰ উশাহত বাজি উঠে মাথো বেদনা
সূদূৰত আছে ৰৈ নীৰৱ তৃষা…

একেদৰে থাকে যদি এই জীৱন
থাকিম তোমাৰে মাজতে
এন্ধাৰ পথত জ্বলি ৰ’ম মই জুই হৈ
তোমাৰ মৰমৰ প্ৰেৰণাৰে

দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একুৰা জুই হৃদয়ত
নুবুজা কিয়, বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে,, ক’ব খোজা

Dure Dure Lyrics In English

aajiuje nubuje ekuke
kaarbabe aasuhi roi
janisilu tumi mur nuhuwa
tothapitu moi rom

Dure dure thaakiba kimaan aaru..
jwolai ekura jui hridoyot
nubuja kiyo
bujabo nuwara kotha bur!
parnor bhaxare kobo khuja
dure dure…

Tumar nilaa
dusokute dekhu nite moi
axar rongor rongeen puhar
junor dore jwoli rom tumar mon akaxot
junaakor amiya xur bilaai

jibon pathot kahaniba jodi haaru
diba prerona muk jujiboloi
andhar pothot jwoli roba tumi saaki hoi
tejor probhatok aanibole

Premor henu o nathake kunu kaale ximona
tothapi aami jen meghor aarot
mur uxahot baaji uthe mathu bedona
xudurot aase roi nirob trixa

Ekedore thaake jodi ei jibon
thaakim tumarei majote
andhaar pothot jwoli rom moi jui hoi..
Tumar moromor preronare.. Dure dure…

Dure Dure” Music Video