Dhontobad Moharaaj Lyrics – Nitul Dadhara

Dhontobad Moharaaj Lyrics (অযোধ্যাৰ ৰামচন্দ্ৰ) by Nitul Dadhara is a newly released Assamese song music also given by Bijoy Sankar. The latest song Dhontobad Moharaaj lyrics are written by Sunit Gogoi.

Dhontobad Moharaaj Lyrics

Dhontobad Moharaaj Song Details:

Song: Dhontobad Moharaaj
Singer(s): Nitul Dadhara
Musician(s): Bijoy Sankar
Written by: Sunit Gogoi
Label(©): Nitul Dadhara

Dhontobad Moharaaj Lyrics

দেখিবলে দিলা চকু
ধন্যবাদ মহাৰাজ
কপিবলে দিলা বুকু
ধন্যবাদ মহাৰাজ

মন ৰজাই সভাসদক মাতিছে
মোৰ দেহাই ৰাণী লাগে বুলিছে

দেখিবলে দিলা চকু
ধন্যবাদ মহাৰাজ
কপিবলে দিলা বুকু
ধন্যবাদ মহাৰাজ

মন ৰজাই সভাসদক মতিছে
মোৰ দেহাই ৰাণী লাগে বুলিছে
সময় হল সলনি
মৰম হ’ল পুৰণি
বুলি যদি পাহৰি যা়ৱ
মই এৰিলেও মৰমে নেৰিব
নালগি লাগিব শাও
অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতাদেৱী
কৈলাশৰ শিৱ গোঁসাই
একাষত পাৰ্বতী যেনেকৈ
হবিনে মোৰ তেনেকৈ ইতি

তোকে লগে পালে মৰমহে কৰি চাম
খালে চুমাহে খাম তালৈকো কৰনে ভয় ?
আকৌ বোলে যুঁজলে কেৰেপো নকৰা
তই আজিৰ কনকলতা
কেনেকৈ মানি লম মই !
লাজুকী লতা হৈ
মোৰ বুকুত সোমাই লৈ
কেতিয়ানো পৰিবি জঁই ?
অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতাদেৱী
কৈলাশৰ শিৱ গোঁসাই
একাষত পাৰ্বতী যেনেকৈ
হবিনে মোৰ তেনেকৈ ইতি

অভিমানে কেলৈ মোক লাগিছে জুখিবলৈ
কিমান মৰম বুজিবি
আহিলেহে মোৰে হৈ
গাৰু লাগে কেলৈ তোক
শুৱামে দুবাহুত লৈ
উৰে ৰাতি মৰম দিম
কলিজাত নুজুৰাকৈ
লাজুকী লতা হৈ
মোৰ বুকুত সোমাই লৈ
কেতিয়ানো পৰিবি জঁই ?
অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতাদেৱী
কৈলাশৰ শিৱ গোঁসাই
একাষত পাৰ্বতী যেনেকৈ
হবিনে মোৰ তেনেকৈ ইতি

Dhontobad Moharaaj Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!