বুজিও নুবুজানে Bujiu Nubujane Lyrics – Zubeen Garg |

Bujiu Nubujane Lyrics, sung by Zubeen Garg. Lyrics & Tune by Anup Baruah. Music by Anup Dutta. Casting Jatin Borah, Jupitora Bhuyan & Jayshree Goswami.

Bujiu Nubujane Lyrics

Song Details

  • Song: BUJIU NUBUJANE
  • Album: UNMONA MON
  • Singer: ZUBEEN GARG
  • Lyrics/Tune: ANUP BARUAH
  • Music: ARUP DUTTA
  • Label: NK Production
  • Cast: JATIN BORA, JUPITORA BHUYAN, JAYSHREE GOSWAMI

Bujiu Nubujane Lyrics In Assamese

বুজিও নুবুজানে
কিমান তোমাক বিচাৰো যে
ক’ব খুজিও মই
নোৱাৰো ক’ব একো
ভয় লাগে
যদি তুমি আতৰি যোৱা

বুজিও নুবুজানে ।
নোৱাৰো ভাবিব
কিয়নো একো মই
তোমাক দুৰত ৰাখি
বাহিৰে ভিতৰে
সকলোতে আজি মোৰ
উমলি আছা তুমি

নোৱাৰো ভাবিব
কিয়নো একো মই
তোমাক দুৰত ৰাখি
বাহিৰে ভিতৰে
সকলোতে আজি মোৰ
উমলি আছা তুমি
বাহিৰে ভিতৰে
সকলোতে আজি মোৰ
উমলি আছা তুমি
হিয়াৰ আপোন বুলি
তুমিয়ে কাষত মোৰ
এই জীৱনত
এই জীৱনত
বুজিও নুবুজানে

বহুতৰ হিয়াৰ মাজত
বিচাৰি গলো মই
নাপালো সঁচা মৰম
তুমিয়ে দিলা মোক
মৰমৰ সঁহাৰি
ৰ’লাহি নীৰৱে কাষত
বহুতৰ হিয়াৰ মাজত
বিচাৰি গলো মই
নাপালো সঁচা মৰম
তুমিয়ে দিলা মোক
মৰমৰ সঁহাৰি
ৰ’লাহি নীৰৱে কাষত
কাৰোবাৰ মৰম পায়
তুমিও যাবা নেকি
মোক পাহৰি
মোক পাহৰি

বুজিও নুবুজানে
কিমান তোমাক বিচাৰো যে
ক’ব খুজিও মই নোৱাৰো ক’ব একো
ভয় লাগে যদি তুমি আতৰি যোৱা
বুজিও নুবুজানে …।।

Bujiu Nubujane Lyrics In English

Bujiu nubujane
Kiman tumak bisaruje
kobo khujiu moi
Nuwaru kobo eku
Voi lage jodi tumi aatori juwa

Bujiu nubujane…

(Nuwaru vabibo kiyonu eku moi
Tumak durot rakhi
Baahire vitore hokolute aaji mur
Umoli aasa tumi)-2X

Hiyar aapun buli
Tumiye kakhot mur ei jibonot
Ei jibonot

Bujiu nubujane….

(Bohutor hiyar majot bisari golu moi
Napalu hosa morom
Tumiye dila muk moromor hohari
Rolahi nirobe kakhot)-2X

Karubar morom paai
Tumiu jaba niki muk pahori
Muk pahori

Bujiu nubujane
Kiman tumak bisaruje
kobo khujiu moi
Nuwaru kobo eku
Voi lage jodi tumi aatori juwa

Music Video Of Bujiu Nubujane Song

Share it:
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!