Boroxa Bristi Lyrics By Tridip Kakati Ft. Stutima Basistha. Published On 19th September 2020. Latest Assamese Song.
Song Credits
- Vocal: Stutima Basistha
- Music Production: Tridib Kakati
- Lyrics & Composition: Prasant Das
- Mix & Master: Yaman Kalyan Deka
- Additional Mixing Engineer: Purab Hazarika
- Record Label- Wildwood Records
- Visual Works – Shajid
- Media Partner- Lilimai Digitally Powered By- LDM Associates
- Advisor- Swapnanil Talukdar
- Publicity & Project Advisor- Soapy & Zeet Bora
- Legal Consultant- Adv Dharitri Das
- Label: WildWood Records
Boroxa Bristi Lyrics
বৰষা বৃষ্টি-বৰষা মেঘ গাজনিতে নভৰে হিয়া
এই উপকূল-ৰদে শুকালে মৰিচিকাৰেহে আৱৰা
বুকু মোৰ যেন-শুকান বালিচৰ তুমি যোৱাৰে পৰা
কিনো মায়াবী-সপোনতে ৰৈ নিদিয়া ধৰা
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
বুকু মোৰ যেন-শুকান বালিচৰ তুমি যোৱাৰে পৰা
কিনো মায়াবী-সপোনতে ৰৈ নিদিয়া ধৰা
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
বুকু মোৰ যেন-শুকান বালিচৰ তুমি যোৱাৰে পৰা
কিনো মায়াবী-সপোনতে ৰৈ নিদিয়া ধৰা
Lyrical Video Of Boroxa Bristi Song