Boroxa Bristi Lyrics (Full) Tridib Kakati Ft. Stutima Basistha 2020

Boroxa Bristi Lyrics By Tridip Kakati Ft. Stutima Basistha. Published On 19th September 2020. Latest Assamese Song.

Song Credits 

  • Vocal: Stutima Basistha
  • Music Production: Tridib Kakati
  • Lyrics & Composition: Prasant Das
  • Mix & Master: Yaman Kalyan Deka
  • Additional Mixing Engineer: Purab Hazarika
  • Record Label- Wildwood Records
  • Visual Works – Shajid
  • Media Partner- Lilimai Digitally Powered By- LDM Associates
  • Advisor- Swapnanil Talukdar
  • Publicity & Project Advisor- Soapy & Zeet Bora
  • Legal Consultant- Adv Dharitri Das
  • Label: WildWood Records

Boroxa Bristi Lyrics

বৰষা বৃষ্টি-বৰষা মেঘ গাজনিতে নভৰে হিয়া
এই উপকূল-ৰদে শুকালে মৰিচিকাৰেহে আৱৰা
বুকু মোৰ যেন-শুকান বালিচৰ তুমি যোৱাৰে পৰা
কিনো মায়াবী-সপোনতে ৰৈ নিদিয়া ধৰা

সৌ হিমালয়-তোমালৈহে আছে ৰৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ
বুকু মোৰ যেন-শুকান বালিচৰ তুমি যোৱাৰে পৰা
কিনো মায়াবী-সপোনতে ৰৈ নিদিয়া ধৰা

সৌ হিমালয়-তোমালৈহে আছে ৰৈ
সৌ হিমালয়-তোমালৈহে আছে ৰৈ

সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ

সৌ হিমালয়-তোমালৈহে আছে ৰৈ
গলি গলি যাব বৈ নদ হৈ

বুকু মোৰ যেন-শুকান বালিচৰ তুমি যোৱাৰে পৰা
কিনো মায়াবী-সপোনতে ৰৈ নিদিয়া ধৰা

Lyrical Video Of Boroxa Bristi Song

Leave a Reply

error: Content is protected !!