Bhulotu Nasaba Tumi Lyrics by Zubeen Garg. Most Popular Assamese Sad Song.
Audio Credits
- Song : Bhulotu Nasaba Tumi
- Album : Ringa Ringa Mon
- Singer : Zubeen Garg
- Music : Zubeen Garg
- Label :N.K. Production
Bhulotu Nasaba Tumi Lyrics in Assamese
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি…
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি
নালাগে তোমাৰ মৰমকে
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে
পাৰিম জীৱন সজাবলে
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি..
তুমি চালেই মোৰ ভাল লাগিছিল
তুমি হাঁহিলেই প্ৰাণ ভৰিছিল..
তুমি চালেই মোৰ ভাল লাগিছিল
তুমি হাঁহিলেই প্ৰাণ ভৰিছিল
এতিয়া নালাগে তেনে মিঠা হাঁহি
দেখিলেই জানা বুকু যায় ফাটি
নেলাগে আহিব ওভতি
আনৰ মৰমকে নেওচি
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি…
সিদিনা আছিলা হিয়াৰ লগৰি
মৰম দিছিলা বুকু উজাৰি..
সিদিনা আছিলা হিয়াৰ লগৰি
মৰম দিছিলা বুকু উজাৰি
নুবুজিলো কিয় গলা আঁতৰি
চিঙি মোহাৰি মোৰ
আশাৰ পাপৰি
নেলাগে আহিব ওভতি
আনৰ মৰমকে নেওচি..
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি
নালাগে তোমাৰ মৰমকে
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে
পাৰিম জীৱন সজাবলে
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি…