Bhalpuwa Enekuwai Lyrics – Arundhati Bhanupriya

Bhalpuwa Enekuwai Lyrics by Arundhati Bhanupriya is a newly released Assamese song music also given by Prasanta Saikia. The latest song Bhalpuwa Enekuwai lyrics are written by Parag Kalita.

Bhalpuwa Enekuwai Lyrics

Bhalpuwa Enekuwai Song Details:

Song: Bhalpuwa Enekuwai
Singer(s): Arundhati Bhanupriya
Musician(s): Prasanta Saikia
Written by: Parag Kalita
Label(©): Little Buddha Entertainment

Bhalpuwa Enekuwai Lyrics

নকলোৱেইবা
তুমি বুজি পাব লাগে নহয়
নিদিলোৱেইবা
তুমি খুজি ল’ব লাগে হৃদয়

প্ৰীতিয়ে সাৱতে গা
সমীৰে লগালে মাত
তোমাতেই প্ৰতিটো প্ৰভাত
তুমি আহি দিয়াহি সাহসৰে হাত
ভালপোৱা‌ এনেকুৱাই

কঁপালৰ ৰঙাকৈ‌ বেলিটো
আঁকি দিলে তুমি হ’বা মোৰ
বুকুৰ গভীৰলৈ বোৱাই ল’বা জীৱন জুৰি মোক

হেঁপাহৰ কোলাতে শুৱাই লৈ
আঙুলি বুলাই দিম জানা মই
চকুতে চকু থৈ ৰ’বা
ক’বা তুমি মাথো মোৰ

প্ৰীতিয়ে সাৱতে গা
সমীৰে লগালে মাত
তোমাতেই প্ৰতিটো প্ৰভাত
তুমি আহি দিলাহি সাহসৰে হাত
ভালপোৱা‌ এনেকুৱাই

নকলোৱেইবা
তুমি বুজি পাব লাগে নহয়
নিদিলোৱেইবা
তুমি খুজি ল’ব লাগে হৃদয়

প্ৰীতিয়ে সাৱতে গা
সমীৰে লগালে মাত
তোমাতেই প্ৰতিটো প্ৰভাত
তুমি আহি দিয়াহি সাহসৰে হাত
ভালপোৱা‌ এনেকুৱাই

Bhalpuwa Enekuwai Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!