Bhalpua Diya Tumi Song Details:
Bhalpua Diya Tumi Lyrics
মৌপিয়া
মই পখী মৰমৰ
ভালপোৱা
দিয়া তুমি হৃদয়ৰ
মৌপিয়া
মই পখী মৰমৰ
ভালপোৱা
দিয়া তুমি হৃদয়ৰ
হিয়া দি হিয়া লম
তুমি মোৰেই জীৱন
গচকি গচকি
নাযাবা আঁতৰি
কলিজা
কলিজা
মন মন মন
মন দিলো
দিলো তোমাকে
ৰং ৰং ৰং
ৰং সানি
দিয়া দুগালতে
কম কম কম
কথা এটি
কাণে কাণে
মই তোমাক ভাল পাও
নহয় আনকে
তোমাৰ মৰম
নিজৰাতে
দিলো ভৰি
পখালি পখালি
ললো গা
ৰাতি কি দিন
তুমি বিনে
সঁচায়ে মই
নোৱাৰো থাকিব
এতিয়া
হিয়া দি হিয়া লম
তুমি মোৰেই জীৱন
গচকি গচকি
নাযাবা আঁতৰি
কলিজা
কলিজা
মন মন মন
মন দিলো
দিলো তোমাকে
ৰং ৰং ৰং ৰং
সানি দিলা জীৱনতে
কম কম কম
কথা এটি
কাণে কাণে
মই তোমাক ভালপাও
নহয় আনকে
নিজৰ বুলি
আছেনো কি
দিলো তোমাক
আদৰি আদৰি
লোৱানা
দুদিনীয়া
মৰমৰে
নিলিখিবা
এটি আধৰুৱা
কবিতা
হিয়া দি হিয়া লম
তুমি মোৰেই জীৱন
গচকি গচকি
নাযাবা আতৰি
কলিজা
কলিজা
মন মন মন
মন দিলো
দিলো তোমাকে
ৰং ৰং ৰং ৰং
সানি দিয়া দুগালতে
কম কম কম কম
কথা এটি
কাণে কাণে
মই তোমাক ভালপাও
নহয় আনক
Bhalpua Diya Tumi Song Video
AxomLyrics FAQs & Trivia:
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!