Atiya Ki Koru Lyrics full in Assamese | Montumoni Saikia | Gogona Vol.5 |

Atiya Ki Koru Lyrics Assamese by Montumoni Saikia. Published on 28th december 2018. Latest  Romantic Assamese Song.

Audio Credits 

  • Song – Atiya Ki Koru
  • Vocal: Montu Moni Saikia
  • Lyrics/Tune – Mithuraj Bora & Montumoni Saikia
  • Music – Palash Gogoi
  • Mixed Mastered – Diganta Bordoloi
  • Audio Recorded By Uddipta Gogoi @Zero DB Studio
  • Choreography – Sachin Baruah
  • Asst. Choreographer – Raj & Samin
  • Starring – Montumoni Saikia & Moni Kanchan
  • Make-up – Pooja Dutta
  • Cinematographer – Bitul Das & Prithviraj Dutta
  • Aerial Cinematographer – Joydeep & Biplab
  • Editor – Manas Kashyap Production
  • Design – Dipan Baruah Co Production
  • Design – Nayan & John
  • Set Design – Manoj Bikash
  • Stills – Rupam Baruah
  • Label : Montu Moni Saikia official

Atiya Ki Koru Lyrics in Assamese

চিলিমিলি টোপনিতে
তোমাক দেখো সপোনতে
তোমাক দেখো সপোনতে
তুমি বুলি গাৰুতিকে সাৱতি ধৰো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি হলো পৰি গলো

ও চাৰি আলিৰ কেকুৰিতে
তোমাক দেখো দুপৰতে
তোমাক দেখো দুপৰতে
ৰহ লাগি চাই থৰ লাগি পৰো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো

ঐ জান ঐ নাইএ মোৰ চাকৰি
ঐ জান ঐ কৰো খেতি-বাতি
ঐ জান ঐ দেহা জান ঐ
নাই এ সাচতিয়া নাই এ সাচতিয়া ধন
ঐ জান ঐ তাকে ভাবি ভাবি
ঐ জান ঐ কতাও উজাগৰি
ঐ জান ঐ দেহা জান ঐ
তোমাকে পাবৰে তোমাকে পাবৰে মন
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো

ও মন ভাৱনাৰে আকাশত
তুমিয়ে মোৰ জোন
তোমাতকৈ মোৰ আছেনে কোন
বুকুৰে আপোন
ও মন ভাৱনাৰে আকাশত
তুমিয়ে মোৰ জোন
তোমাতকৈ মোৰ আছেনে কোন
বুকুৰে আপোন
সদায় ৰাতি ৰাতি দেখো মই
তোমাৰে সপোন
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো

Music Vedio of Atiya Ki Koru Song

Leave a Reply

error: Content is protected !!