Atia Hiya Mur Lyrics by Zubeen Garg From the Movie “Tumi mur mathu mur”…
| Song: | Atia Hiya Mur |
| Singer(s): | Zubeen Garg |
| Musician(s): | Zubeen Garg |
| Written by: | Zubeen Garg |
| Label(©): | NK Production |
Atia Hiya Mur Lyrics
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা…
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে…
বুকুৰে ভিতৰে মৰমে নিগৰে
ডাৱৰে পোহৰে তোমাকে সামৰে
বুকুৰে ভিতৰে মৰমে নিগৰে
ডাৱৰে পোহৰে তোমাকে সামৰে
ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু
মিচিকিয়া হাঁহিৰে যেন ইপাৰ সিপাৰ বুকু
অ’…অ’…অ’…
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা…
তুমি সোণ বুকুৰে তুমি শোণিতৰে
তুমি সপোনৰে তুমি দিঠকৰে
তুমি সোণ বুকুৰে তুমি শোণিতৰে
তুমি সপোনৰে তুমি দিঠকৰে
নীলা নীলা চকুযুৰিত এন্ধাৰে কথা ক’লে
আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে
অ’…অ’…অ’…
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা ৷
Atia Hiya Mur Lyrics In English
Atiya Hiya mur Borokhe tumale
Etiya buku mur Ulahe nodhore
Uthe uthe dila kinu Monore thikona
Sokute soku thoi Buwala kamona
Atiya Hiya mur Borokhe tumale
Etiya buku mur Ulahe nodhore………
Bukure vitore Morome nigore
Dawore puhore Tumake xamore-2X
Dhou khela sulire Xorotor luka bhaku
Misikiya hahire jen Xeepar heepar buku
Etiya Hiya mur Borokhe tumale
Etiya buku mur Ulahe nodhore………
Tumi hun bukure Tumi xunitore
Tumi xopunore Tumi Dithokore-2X
Nila nila soku jurit Andhaare kotha kole
Alphul dubahut aako Jibone uxha pale oooooo
Etiya Hiya mur Borokhe tumale
Etiya buku mur Ulahe nodhore………
Uthe uthe dila kinu Monore thikona
Sokute soku thoi Buwala kamona
Atia Hiya Mur Song Video
Find More Song Lyrics:
Aankhon Ki Gustakhiyan Lyrics – Ismail Darbar, Kumar Sanu, Kavita Krishnamurthy, Mehboob
Kuch Aisi Lagan Lyrics – Sonu Nigam, Ajay-Atul
Radha Kaise Na Jale Lyrics – Vaishali Samant, A. R. Rahman, Asha Bhosle, Udit Narayan

