Aagomoni Lyrics – Prabin Borah

Aagomoni Lyrics by Prabin Borah is a newly released Assamese song music also given by Bibhuti Gogoi. The latest song Aagomoni lyrics are written by Tirthank.

Aagomoni Lyrics

Aagomoni Song Details:

Song: Aagomoni
Singer(s): Prabin Borah
Musician(s): Bibhuti Gogoi
Written by: Tirthank
Label(©): Prabin Borah

Aagomoni Lyrics

আগমণি তোমাৰ
নিজান ৰাতি
সুগন্ধি ফুলৰ
বতাহ চাতি

আহানা কাষলে
ৰোৱানা তুমি
চাই ৰও তোমাক
বৈ যাও তোমাত

পালতৰা নাৱৰ
বতাহেই সাৰথি
মায়াময় জীৱনৰ
কোন বাৰু লগৰী

নদীৰ কাষত বহি
মনে মনে স্মৃতি বোৱাইছে
ধৌৱে ধৌৱে আমাৰ
দুয়োৰে মৰম বাগৰিছে

যেতিয়া তোমাৰ পদুলিৰে আগুৱাও
জপনা মুখতে বাট হেৰুৱাও

সন্ধ্যা পৰত
তোমাৰ লগত
নামি অহা জোনাক
মনত পৰে
মৌন ওঁঠৰ
উজাগৰি নিশা
জোনাকী পৰুৱাৰ
অহা যোৱা

সপোন সৰে
ভাহি আহে
তোমাৰ কথাই
আমনি দিয়ে

তোমাৰ কথাই আমনি দিয়ে
তোমাৰ কথাই আমনি দিয়ে |

Aagomoni Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!