Biponno Morom Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Biponno Morom lyrics are written by Bishrut Saikia.
Biponno Morom Song Details:
| Song: | Biponno Morom |
| Singer(s): | Bishrut Saikia |
| Musician(s): | Bishrut Saikia |
| Written by: | Bishrut Saikia |
| Label(©): | Bishrut Saikia |
Biponno Morom Lyrics
অম্বুবাহী তুমি,
মই আকাশ মুকলি ।
বাৰিষাৰ আঁউসী ৰাতি
গাজনি তোমাৰ বাণী ।
দুই ওঁঠৰ পৰশে আমাৰ
ঢাকিব পুৱাৰ ৰ’দালি,
বিপন্ন মৰম আৱেগৰ বননিত ।।
ঘুমটি তুমি,
মই নিদ্ৰাহীনৰ ৰজনী ।
সুৰাৰে মোহি বিলীন হ’ম আমি ।
আমাৰ মিলনত পৰিয়াল যায় ভাগি,
বিপন্ন মৰম আৱেগৰ বননিত ।।
সময়ে যদি অতীত সাৱটি
মৰমৰ প্ৰতিশ্ৰুতি গঢ়ে তুলি,
সেই মৰম দিলেও তোমাক
নহ’বা তুমি গৰাকী,
বিপন্ন মৰম আৱেগৰ বননিত ।।

