Xeuji Xeuji Lyrics by Jyoti Prasad Agarwala is a very popular Jyoti sangeet. Later the song is sung by Dr. Anima Choudhury.
Xeuji Xeuji Song Details:
- Song Name: Xeuji Xeuji Lyrics
- Album: Jyoti Sangeet
- Singer: Jyoti Prasad Agarwala
Xeuji Xeuji Lyrics
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া !
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া !
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল
সেন্দুৰীয়া !
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল
সেন্দুৰীয়া !
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া ।।
আমাৰ চকুলোৰে
পানী দি জীয়ালো
মাণিকী-মধুৰী ধান … !
আমাৰ চকুলোৰে
পানী দি জিয়ালো
মাণিকী-মধুৰী ধান ..!
তোমালৈ আনিছোঁ
জগতৰে শইচ
এৰা অ’ নিমাতী মান .. !
তোমালৈ আনিছোঁ
জগতৰে শইচ আ….
এৰা অ’ নিমাতী মান .. !
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ”
সেউজী ধৰণী ধুনীয়া ৷৷

