Tumi Ahiba Buli Lyrics, sung by Nilima Khatun. Lyrics pinned by Xurjya Kumar Raja. Music by Jyoti Prakash Das. Old Assamese Golden Collection.
Song Credits
- Song: Tumi Aahiba Buli তুমি আহিবা বুলি
- Singer: Nilima Khatun
- Lyrics: Xurjya Kumar Raja
- Music: Jyoti Prakash Das
- Label: Saregama Regional
Tumi Ahiba Buli Lyrics
তুমি আহিবা বুলি
বাৰে বাৰে মই
তুমি আহিবা বুলি
বাৰে বাৰে মই
পদুলি মুখলে চাওঁ
আগ চোঁতালৰ
কৰবী জোপাৰ
আগ চোঁতালৰ
কৰবী জোপাৰ
কিজানি সুৱাস পাওঁ
কিজানি সুৱাস পাওঁ
…Music…
বন্ধ ঘৰত মোৰ
চাটি ফুটি মন
আমনি লাগিছে বৰ
কোনেনো বুজিব
বুকুৰ বেদনা
নিৰিবিলি জীৱনৰ
আহিবা বুলিয়েই
চিনাকি সুৰটি
আহিবা বুলিয়েই
চিনাকি সুৰটি
অজানিতে গুনগুনাই
অজানিতে গুনগুনাই
তুমি আহিবা বুলি
বাৰে বাৰে মই
তুমি আহিবা বুলি
বাৰে বাৰে মই
…Music…
তুমিতো নাজানা
তোমাৰ বাবে
কৰিছো ক’ত আয়োজন
পুজাৰ বেদীও
আছে হৈ খালী
তোমাক বহু প্ৰয়োজন
আজি কিয় জানো
ভাল লাগি আছে মন
আজি কিয় জানো
ভাল লাগি আছে মন
এই যেন দেখা পাওঁ
এই যেন দেখা পাওঁ
তুমি আহিবা বুলি
বাৰে বাৰে মই
তুমি আহিবা বুলি
বাৰে বাৰে মই
পদুলি মুখলে চাওঁ
আগ চোঁতালৰ
কৰবী জোপাৰ
আগ চোঁতালৰ
কৰবী জোপাৰ
কিজানি সুৱাস পাওঁ
কিজানি সুৱাস পাওঁ
[crp]
Music Video Of Tumi Ahiba Buli Song

