ৰৈ ৰৈ ধেমালি Roi Roi Dhemali Lyrics Full – Nilutpal Bora |

Roi Roi Dhemali Lyrics In Assamese: Sung by Nilutpal Bora. Published on 23rd March 2018. Featuring Amrita Gogoi & Zubeen Garg.

ROI ROI DHEMALI LYRICS

Audio Credits 

Song Title: ROI ROI DHEMALI
Original Song: Traditional
Band: Nilotpal Bora & Friends
Singer: Nilotpal Bora
Music Producer: Ishan Das & Mrinmoy Sharma
Mixing & Mastering: Diganta Bordoloi
Cast: Zubeen Garg Amrita Gogoi
Label: Venus World Wide Entertainment pvt. ltd

Roi Roi Dhemali Lyrics In Assamese

ঐ চিটলাঙ খাই, পৰিম গৈ খালত
তোমাৰে বেজাৰত,ঘৰ বাৰী এৰি যাম ঐ
ঐ থাকিম গৈ অৰুণাচলত

আলিয়ে আলিয়ে
মহে লানি ললে মইনা
মহে লানি ললে মইনা
গুৱাল বা কেনিনো গল
নাকী জৰি বান্ধোতে
গল জৰি চিঙিলে মইনা
গল জৰি চিঙিলে মইনা
মহে বনৰীয়া হল

আলিয়ে আলিয়ে
মহে লানি ললে মইনা
মহে লানি ললে মইনা
গুৱাল বা কেনিনো গল
নাকী জৰি বান্ধোতে
গল জৰি চিঙিলে মইনা
গল জৰি চিঙিলে মইনা
মহে বনৰীয়া হল

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
কাঞ্চন ভানুমতি ঐ
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
কাঞ্চন ভানুমতি ঐ
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
বহাগৰ বিহু পাই ঐ
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
বহাগৰ বিহু পাই ঐ
গা কৰে গা কৰে
ৰমক জমক
গা কৰে গা কৰে
ৰমক জমক
গা কৰে গা কৰে
ৰমক জমক
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
বহাগৰ বিহু পাই ঐ
গা কৰে গা কৰে
ৰমক জমক

গা কৰে গা কৰে,ৰমক জমক
গা কৰে গা কৰে, ৰমক জমক

ঐ গা কৰে গা কৰে, ৰমক জমক

ঐ গেলা কোমোৰাৰে পানী
সমনীয়া, গেলা কোমোৰাৰে পানী
অ হয়….
ঐ এইজনী নাচনী, কেলৈ লাগিছে
নিয়ক বুঢ়া শিয়ালে, টানি ৰহিমলা
ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ঐ টেকেলি পৰিলে নাদত
সমনীয়া, টেকেলি পৰিলে নাদত
অ হয়…
ঐ মাকে জীয়েকে
বিহু চাই আহোঁতে
দুইজনী পৰিলে খালত, ৰহিমলা
ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ঐ গধূলি গধূলি
ফুৰো ৰহিমলা
বাঘে খাই ঘোঙে খাই খাঁওক
তোমাৰে কাৰণে
ঐ হলো মই পগলা
জীবনটো গলেও
যাঁওক ৰহিমলা
ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

Music Video Of Roi Roi Dhemali Lyrics

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!