ROI ROI DHEMALI LYRICS (FULL) | BEST OF NILOTPAL BORA 2018 |

ROI ROI DHEMALI LYRICS By Nilutpal Bora. Published on 23rd March 2018. Most Popular Assamese Bihu Song.

Audio Credits 

  • ROI ROI DHEMALI : A journey from the vastness of Assamese Folk Music towards Infinity..!!
  • Original Song : Traditional
  • Band : Nilotpal Bora & Friends
  • Singer : Nilotpal Bora
  • Music Producer : Ishan Das & Mrinmoy Sharma
  • Additional Programming : Nilotpal Bora & Anubhav Gogoi
  • Keys & Synths : Mrinmoy Sharma
  • Live Drums : Nawaz Hussain
  • Guitars : Ishan Das & Writuraj Gogoi
  • Assamese Dhol : Lachit
  • Chorus Voices : Nilotpal,Pravin Borah,Montu Moni Saikia
  • Recording Studios : Euphony Studio(Mumbai),Studio Auditek,Studio Dreams,Red AV, Audioholic(Guwahati).
  • Recording Engineers : Sir Bhupen Uzir,Partha Pratim Das,Jintu Bordoloi.
  • Mixing & Mastering : Diganta Bordoloi at Studio Audioholic(Guwahati)
  • Sound Design : Kingshuk Moran(Mumbai)
  • Cast : Zubeen Garg Amrita Gogoi Prantik Dutta Biraj Baishya Chandan Jyoti Hazarika Preetishna Dutta Maina
  • Percussionist Bordoloi Anubhav Gogoi & many more
  • Direction & Cinematography : Aniruddha Barua
  • Concept : Puja Chakraborty & Anirudha Barua
  • Associate Director : Puja Chakraborty
  • Editor & Post Production : Himanshu Baishya
  • Chief AD : Chandan Deka
  • Art Director : Nayan Kalita & Ashok Das
  • 2nd Camara : Parikhit Das
  • Make up : Bijiyeta Patgiri
  • Production Design: Animesh Gogoi
  • DI Artist : Sujit Borah & Anindya Ray
  • Still Photography: Shaunak Shayan
  • Special Thanks : Zubeen Garg,Garima Saikia Garg,Dr Anil Saikia,Souvik Phukan,Gohin Das,Anurag Saikia,Bitopan Kashyap,Sunit Gogoi,Chandan Das,Tarun Tanmoy,Bijit Changmai,Himanshu Prasad Das,Arnik Basistha & my family
  • Label: Venus World Wide Entertainment pvt. ltd

ROI ROI DHEMALI LYRICS

ঐ চিটলাঙ খাই, পৰিম গৈ খালত
তোমাৰে বেজাৰত,ঘৰ বাৰী এৰি যাম ঐ
ঐ থাকিম গৈ অৰুণাচলত

আলিয়ে আলিয়ে
মহে লানি ললে মইনা
মহে লানি ললে মইনা
গুৱাল বা কেনিনো গল
নাকী জৰি বান্ধোতে
গল জৰি চিঙিলে মইনা
গল জৰি চিঙিলে মইনা
মহে বনৰীয়া হল

আলিয়ে আলিয়ে
মহে লানি ললে মইনা
মহে লানি ললে মইনা
গুৱাল বা কেনিনো গল
নাকী জৰি বান্ধোতে
গল জৰি চিঙিলে মইনা
গল জৰি চিঙিলে মইনা
মহে বনৰীয়া হল

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
কাঞ্চন ভানুমতি ঐ
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
কাঞ্চন ভানুমতি ঐ
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
বহাগৰ বিহু পাই ঐ
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
বহাগৰ বিহু পাই ঐ
গা কৰে গা কৰে
ৰমক জমক
গা কৰে গা কৰে
ৰমক জমক
গা কৰে গা কৰে
ৰমক জমক
গা কৰে গা কৰে
ৰমক জমক

ৰৈ ফুল ৰমক
বিজুলীৰ চমক
বহাগৰ বিহু পাই ঐ
গা কৰে গা কৰে
ৰমক জমক

গা কৰে গা কৰে,ৰমক জমক
গা কৰে গা কৰে, ৰমক জমক

ঐ গা কৰে গা কৰে, ৰমক জমক

ঐ গেলা কোমোৰাৰে পানী
সমনীয়া, গেলা কোমোৰাৰে পানী
অ হয়….
ঐ এইজনী নাচনী, কেলৈ লাগিছে
নিয়ক বুঢ়া শিয়ালে, টানি ৰহিমলা
ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ঐ টেকেলি পৰিলে নাদত
সমনীয়া, টেকেলি পৰিলে নাদত
অ হয়…
ঐ মাকে জীয়েকে
বিহু চাই আহোঁতে
দুইজনী পৰিলে খালত, ৰহিমলা
ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ঐ গধূলি গধূলি
ফুৰো ৰহিমলা
বাঘে খাই ঘোঙে খাই খাঁওক
তোমাৰে কাৰণে
ঐ হলো মই পগলা
জীবনটো গলেও
যাঁওক ৰহিমলা
ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

ৰৈ ৰৈ ধেমালি কৰা, ৰহিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা

Music Video Of Roi Roi Dhemali Song

Leave a Reply

error: Content is protected !!