O Bidesi Bondhu Lyrics by Bhupen Hazarika. Best of Bhupen Hazrika. Old Assamese Golden Collection
Audio Credits
- Singer : Bhupen Hazarika
- Album : Chameli Memsaheb
- Label : Saregama
O Bidesi Bondhu Lyrics in Assamese
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া..
আজি কিয়নো বন্ধু
অকলশৰীয়া…
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া….
প্ৰেমৰ সাগৰে
জাহাজ মেলিলি..
নাপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হ’লি
হেৰুৱালি তোৰ লঙ্গৰ…
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া…
আজি কিয়নো বন্ধু
অকলশৰীয়া…
চিৰ সেউজতে
চামেলি দেখিলি…
অতি মনোমুগ্ধকৰ..
লিৰিকি বিদাৰি
সুগন্ধি লওঁতেই
চামেলি হ’লগৈ পৰ…
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া….
আজি কিয়নো বন্ধু
অকলশৰীয়া…

