নিচলা আইৰে Nisola Aaire Lyrics – Rava Sangeet |

Nisola Aaire Lyrics, sung by Bishnu Prasad Rava. Old Assamese Golden Collection. Rava sangeet.

Nisola Aaire Lyrics

Song Credits 

  • Song: Nisola Aaire নিচলা আইৰে
  • Singer: Bishnu Prasad Rava বিষ্ণু প্ৰসাদ ৰাভা
  • Album: Rava Sangeet

Nisola Aaire Lyrics

নিচলা আইৰে

আমি খাটি অসমীয়া

অসমী আইৰে আমি

ছোৱালী ধুনীয়া

ধৰণী শুৱাই থকা

অতি মোহনীয়া ।

খোপাত কপৌফুল

হাতত জেতুকাৰ বোল

মুখত কিহৰ বোল

সজোৱা বোলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ

আগবাঢ়ি যোৱা ।

কবিতাৰে মোহচন্দ

পাহৰি পেলোৱা অ’

পাহৰি পেলোৱা

বিলাসিনীৰ বেশ ধৰি

অগনি জ্বলোৱা অ’ জ্বলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ

আগবাঢ়ি যোৱা ।।

[crp]

Lyrical Video Of Nisola Aire Song