Mur Kobitar Chanda Lagi Lyrics by Bishnu Prasad Rava.Popular Rava Sangeet Sung by Zubeen Garg.the Lyrics are pinned by Bishu Prasad Rava…Zubeen Garg sang the song in various versions.
“Mur Kobitar Chanda Lagi” Track Info:
Song : Mur Kobitar Chanda Lagi
Singer: Zubeen Garg
Original Singer: Bishnu Prasad Rava
Album: Rava Sangeet
Mur Kobitar Chanda Lagi Lyrics In Assamese
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
( নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে ) 2X
সেই উলাহত হৰ্ষ লাগি
হিয়াত নাচোন উঠেনে?
হিয়াত নাচোন উঠেনে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
( ৰন্ধে ৰন্ধে তুলি সুৰ
বাজে মন বাঁহী মোৰ ) 2X
( সেই সুৰতেই শাত কৰি লই
পৰিবনে হিয়া জুৰ ? ) 2X
( ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমূলমূল ) 2X
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাছেনে ?
এবাৰ হিয়াই নাছেনে ?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
( তোৰ সোণৰ সপোন ভাগেনে? ) 3X
Mur Kobitar Chanda Lagi Lyrics
Mor Kabitar Chanda Laagi
Xspandan Tor Jagene
Kotha Malitar Gandha Laagi
Xunar Xapun Bhagene,Bhagene,Bhagene
Tor Xunar Xapun Bhagene….