Mur Gaanot Jole Lyrics (মোৰ গানত জ্বলে) by Jyoti Prasad Agarwala.Super Hit Jyoti Sangeet. Old Assamese golden Collection.
Mur Gaanot Jole Song Details
- Song Name: Mur Gaanot Jole
- Singer: Jyoti Prasad Agarwala
- Album: Jyoti Sangeet
Mur Gaanot Jole Lyrics In Assamese
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
চিৰ দুখীয়াৰ
চিৰ পৰিত্ৰাণ ।
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান ।
মোৰ গানত গুমৰি
ভূঁইকঁপ কৰে
মোৰ গানত গুমৰি
ভূঁইকঁপ কৰে
পৃথিৱীৰ নিৰ্বাণ
মোৰ গানৰ জুয়ে জগত পুৰিব
মোৰ গানৰ জুয়ে জগত পুৰিব
দুষ্কৃত সাৱধান ।
চিৰ দুখীয়াৰ
চিৰ পৰিত্ৰাণ ।
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান
প্ৰালয়িকী মোৰ জাগিছে ছন্দ
কৃতান্ত মূৰ্তিমান
প্ৰালয়িকী মোৰ জাগিছে ছন্দ
কৃতান্ত মূৰ্তিমান
গানেৰে মই বিশ্বজীৱন
কৰি আছোঁ আহ্বান ।।
চিৰ দুখীয়াৰ
চিৰ পৰিত্ৰাণ ।
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান ।
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান ।।
মোৰ গানে বিচাৰে
চিৰ দুখীয়াৰ
চিৰ পৰিত্ৰাণ ।
মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান ।।