Kiyo lyrics by kussum kailash new assamese song.
Kiyo Lyrics By kussum Kailash
- Song : Kiyo Singer : Kussum Kailash
- Music : Babli Haque
- Lyrics/Tune : Kussum Kailash
- Mix/Mastering : Babli Haque
- Recorded @ Studio Fusion,Moran
- Music Label : Dhwani Music
Kiyo Lyrics in Assamese
কবিতাও লেখিলং
গানো গাব শিকিলং
আগতে এনেকুৱা
হোৱাটো মই নাচিলং
তুকে জানো লগে পাই
ভালপোৱা সিকিলং
অকলে অকলে
এতিয়া ভাল লাগে
তোকে ভাবি কলিজাখন
দিহিং, দিপাঙে
উৰি যাব খোজে
আলিয়া, বলিয়া হল মন
চকু মুদিলে কিয়?
মেলিলে কিয়?
উঠোতে কিয়?
বহুতে কিয়?
থাক যেন আশে পাশে
লাগে নু কিয়?
হাহিলে কিয়?
কন্দিলে কিয়?
ভাবিলে কিয়?
চিন্তিলে কিয়?
আগলে কিয়?
পাছলৈ কিয়?
থাক যেন খোৱে বাওঁৱে
লাগে যেন কিয়?
নহলে মই?
নহলে তই?
মই সাৰে থাকিলে
থাক তই কিয়?
এতিয়া অকলে
এতিয়া ভাল লাগে
তোকে ভাবি কলিজাখন
দিহিং, দিপাঙে
উৰি যাব খোজে
আলিয়া, বলিয়া হল মন
দুকমুকলিত কিয়?
দিন দুপৰত কিয়?
আবেলি কিয়?
গধূলি কিয়?
ভাল লাগে টোৰে সৈতে
নজনং কিয়?
ৰদালিত কিয়
মেঘালীত কিয়?
ধুমূহাত কিয়?
গাজনিত কিয়?
এন্ধাৰত কিয়?
জোনাকত কিয়?
ভাল লাগে আজি কালি
নাজনগ্ কিয়?
নহলে মই?
নহলে তই?
মই সাৰে থাকিলে
থাক তই কিয়??
Kiyo Lyrics by Kussum Kailash in English
Axomlyrics answered the most frequently ask question
Who wrote the lyrics of ”kiyo” song?
- Kussum Kailash has written the lyrics of “kiyo”.
Who is the singer of ”kiyo” song?
- Kussum Kailash has sung the song “kiyo”.
Who has compose“kiyo” music?
- Babli Haque has composed the music of “kiyo”