Ejoni Hijoni Lyrics by Ridip Rankit, Karabi Sonowal is the latest Assamese Bihu song with music also given by Ujjwal Aarong. Ejoni Hijoni lyrics are written by Ridip Rankit & Ramen Danah.
Ejoni Hijoni Song Details:
Song: | Ejoni Hijoni |
Album: | Dhemali |
Singer(s): | Ridip Rankit, Karabi Sonowal |
Musician(s): | Ujjwal Aarong |
Written by: | Ridip Rankit & Ramen Danah |
Label(©): | Ridip Rankit The Universe |
Ejoni Hijoni Lyrics
ওখ ডাঙৰ ছোৱালী
মৰম লাগে দেখি
নাচিলে কঁকাল ভাঙি
কলিজা খুলি খুলি খাই
চুটি চাপৰ ছোৱালী
ধৰিবই নোৱাৰি
লাগে খেলি মেলি
বয়সৰো উমানে নাই
ঐ জান !!
ইজনী সিজনী
বহুতক ভালে চোন লাগি যায়
কোনজনী কপালত
আছে মোৰ বিচাৰি পোৱা নাই
ঐ জান !!
আনিম বোলাজনী
কাৰ ঘৰত আছে সোমাই
ঐ জান
কাৰ ঘৰত আছে সোমাই
ষ্টাইলি ছোৱালী
আনো কেনেকৰি
ফেশ্বনতে পাগলী
সাঁচতীয়া ধন
মেকআপ যায়
একেখন গাৱঁতে
নেচাওঁ দেই ছোৱালী
লাগে ভনী ভনী
সমন্ধতে কেণা লাগি যায়
ঐ জান !!
ইজনী সিজনী
বহুতক ভালে চোন লাগি যায়
কোনজনী কপালত
আছে মোৰ বিচাৰি পোৱা নাই
ঐ জান !!
আনিম বোলাজনী
কাৰ ঘৰত আছে সোমাই
ঐ জান
কাৰ ঘৰত আছে সোমাই
Ejoni Hijoni Song Video
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!