Tumar Ukhahot Lyrics In Assamese, sung by Neel Akash. Music by Trion Mahanta. Lyrics pinned by Punam Nath. Featuring DEEPJYOTI MAHANTA feat. DEBASHREE GOGOI. Super Hit Assamese Song.
Song Credits
- Song: TUMAR UKHAHOT
- Vocal: NEEL AKASH
- Music: TRION MAHANTA
- Lyricist: PUNAM NATH
- DOP/Concept/Editing : TIRAAP SIMANTA MEDHI
- Cast: DEEPJYOTI MAHANTA feat. DEBASHREE GOGOI
- Music Distributed by Shopolo Digital
- Music label: NEEL AKASH DAS
Tumar Ukhahot Lyrics In Assamese
না ৰা নে ৰে…..
নে ৰে না ৰে….(৩)
মনতে আজি মোৰ কিহৰে শিহৰণ জাগে
এমুঠি সপোনে, ক’তে উৰা মাৰে
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে
অ’ উমলি উভতি আহা এ
কুকিলি উভৰি উঠে
অ’ উকা ৰাতি ৰূধকে অলেশ ভাষা
অ’ তোমাক দেখি মোৰ জাগে মায়াবি আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা
তোমাৰ সপোনতে যে মই বিলীন হম
তুমি বুজা নে নুবুজা
একোলা দোকোলা কৈ
বাঢ়ি অহা মৰম
চেনেহী অ তুমি
মোৰে সাথৰ
ৰাতি ৰাতি মোৰে
গাৰু শিতানৰ
কোমল কৈ আগুৰি
উমাল পৰশ
অ’ উমলি উভতি আহা এ
কুকিলি উভৰি উঠে
অ’ উকা ৰাতি ৰূধকে অলেশ ভাষা
অ’ তোমাক দেখি মোৰ জাগে মায়াবি আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা
[crp]
Tumar Ukhahot Lyrics In English