Tip Top lyrics from jaanmoni web film This is a assamese bihu song sung by Zubeen Garg and Vitali Das. Music by Biman Boruah.Lyrics pinned by Bipin Chawdang.
Audio Credits
- Song : Tip top
- Album : Janmoni Web 2020
- Singer : Zubeen Garg, Vitali Das
- Music : Biman Boruah
- Lyrics/Tune : bipin Chawdang
- Mix/Master : Diganta Bordoloi
- Recorded at DIGI Music by Diju Baruah & Hitesh Das
- Dhol : Debeswar Saikia, Lachit Boruah
- Taal/Pepa/Gogona : Pity Bora, Jayanta Sonowal
- Keyboard : G.K. Maina
- Flute : Kailash Rabha
- Label : N.K. Production
Vedio Credits
- Choreography – UDAY SHANKAR
- STARRING : SHYAMONTIKA, TRIDIB LAHON, NIRUPOM SAIKIA, BARBBEE RAJKHOWA, HIMANSHU GOGOI
- DOP : GYAN GAUTAM
- EDITOR : GAGAN RAJ
- D.I COLORIST : SUJIT KARMAKAR
- MUA : NYUMME KAMSI
- POSTER DESIGN : SAMIR SINMOY
Tip Top Lyrics In Assamese
টিপ টপ……..
অ’ পিন্ধিলা ৰঙাচোলা( টিপটপ 3)
গাতে মূগাৰ মেখেলা( টিপটপ 3)x2
তোমাৰ দুগাল ৰঙা
দিও যেন লাগে চুমা x2
তোমাৰ দেহতে ফুলিআছে
নানা ৰঙৰে ভৰা ঐ….
হাছনাহানা
খৰিকা জৱা
হাছনাহানা,খৰিকা জৱা
কুনজলতা,অপৰাজিতা
মই ফুলনিৰে ভোমোৰা ঐ
অ’ পিন্ধিলো ৰঙাচোলা ( টিপটপ 3)
গাতে মূগাৰ মেখেলা( টিপটপ 3)
কিনো মৰম দিলা হলো যে বলিয়া
মনৰে মাজতে ফুলি উঠিল
নানা ৰঙৰে ভৰা ঐ
তুমি জানো আদৰি লোৱা
ঐ ফুলনিৰ ফুলৰ পাহি
হাছনাহানা
খৰিকা জৱা
হাছনাহানা,খৰিকা জৱা
কুনজলতা,অপৰাজিতা
তুমি জানো আদৰি লোৱা
ঐ ফুলনিৰ ফুলৰ পাহি ( টিপটপ 3)
কবৰীত ল’লা গুজি ( টিপটপ 3)
হ’লা ঐ জানমণি
জোখতকৈ শুৱণি
দেহৰ ভাজঁতে বাঢ়ি উঠিল
মৰমৰে নদী ঐ
দিহিং দিচাং (জিৰি 3)
জাজী দয়াং (জিৰি 3)
দিহিং দিচাং,জাজী দয়াং
পাগলাদিয়া, সোৱনশিৰি
দিও যেন লাগিছে সাতুৰি ঐ
ঐ ফুলনিৰ ফুলৰ পাহি ( টিপটপ 3)
কবৰীত ললো গুজি ( টিপটপ 3)
ঢোলৰে গাজ্নি
পেপাৰে বুলনি
বুকুতে বাঢ়িছে নদী
তোমাৰে চাৱনীত ঐ
দিহিং দিচাং (জিৰি 3)
জাজী দয়াং (জিৰি 3)
দিহিং দিচাং,জাজী দয়াং
পাগলাদিয়া, সোৱনশিৰি
মেলিছে তোমালৈ ঢাপলি অ’
ঐ নামদাংৰ শিলৰে সাকোঁ
ঐ চকু যায় মুখলৈ বুকুলৈ
ঐ নাচাইনো কেনেকৈ থাকো
Tip Top Lyrics In English
coming soon….
or submit
Axomlyrics answered the most frequently asked question
Q.Who wrote the lyrics of ”Tip Top“ song?
- Bipin Chawdang has wrote the lyrics of “Tip Top“.similar moi ji vabu lyrics
Q,Who is the singer of ”Tip Top“ song?
- Zubeen Garg and Vitali Das has sung the song “Tip Top”.similar bogi suwali neel akash 2020
Q.Who has composed “Tip Top” music?
- Biman Boruah has composed the “Tip Top” music.Similar Soku He Bhoniti Lyrics Ture Khamusiya Kokal