Prohelika Song Lyrics In Assamese, sung by Neel Akash. Lyrics penned by Sushanta Mon. Music by Trion Mahanta. Featuring Deepjyoti Mahanta & Tanaya Phukan.
Song Details
Singer – Neel Akash
Lyrics – Sushanta Mon
Music Composed and Produced by – Trion Mahanta
Mixed and Mastered by – Ibson Lal Baruah
Director/Editor/Cinematography – Tiraap Simanta Medhi
Cast – Deepjyoti Mahanta, Tanaya Phukan
Label: NEEL AKASH DAS
Prohelika Song Lyrics In Assamese
প’লে প’লে কি আলৰণ প্ৰেমৰে
প্ৰাণে প্ৰাণে উকা উকা মনে দুহাৰে
বিচাৰি সঁচা আহে জোৱাৰ
বিচাৰি মিছা পাই তোমাক
প্ৰহেলিকা তোমাৰ মন
তোক সুখী হৈ দিলাহি দুখতে সুখে ভাবি
আঁতৰি গলা গৈ কিহৰে মায়া দি
এতিয়া কিহঁতে সামৰি মৰম বোৰ
তোমাৰ এ মৰম’ত
বিচাৰি সঁচা আহে জোৱাৰ
বিচাৰি মিছা পাই তোমাক
প্ৰহেলিকা তোমাৰ মন
প’লে প’লে খোজে খোজে
কি আলৰণ প্ৰেমৰে প্ৰাণে প্ৰাণে
উকা উকা মনে দুহাৰে
[crp]