Kaliza Lyrics in Assamese, sung by Gitali. Published on 11th January 2021. Lyrics penned by Bhaskar Jyoti. Featuring Utpal Das & Bandita Deka.
Song Credits
- Song – KALIZA
- Singer – GITALI
- Lyricist – BHASSKARJYOTI
- Tune – GITALI & DEBAJIT BORAH
- Music – SUMIT SAGAR
- Additional Vocal – DEBAJIT BORAH
- Mix Master – DIGANTA BORDOLOI
- Cast – UTPAL DAS, BANDITA DEKA FT GITALI
- Direction – ASHIM GOGOI
- Label: GITALI DEVI OFFICIAL GITTALI
Kaliza Lyrics in Assamese
হায়ৈ মোৰে কলিজা মৰম লাগি যায়
হায়ৈ মোৰে কলিজা চেনেহ লাগি যায়
হায়ৈ মোৰে কলিজা মৰম লাগি যায়
হায়ৈ মোৰে কলিজা চেনেহ লাগি যায়
এৰিব নোৱাৰোঁ তোক
ধৰিব নোৱাৰোঁ তোক
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
চকুতে চকু থৈ পৰিলোঁ তোৰেনো প্ৰেমত
মৰম বোৰ বাঢ়িছে তোলৈকে ভৰ যৌৱনত
এখনি ঘৰ সাজিমে সৰুকৈ তোৰেনো লগত
আনি দিব নালাগে তৰা জোন দূৰ আকাশৰ
এৰিব নোৱাৰোঁ তোক
ধৰিব নোৱাৰোঁ তোক
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
হায়ৈ মোৰে কলিজা মৰম লাগি যায়
সপোনো দেখিছোঁ জাননে তোৰেনো লগত
মৰমেৰে ৰাখিবি তয়ে মোক কলিজাৰ মাজত
ৰঙাকৈ বেলিটি আঁকি দি মোৰে কপালত
শিৰতেই বোৱাই দিবি সেন্দুৰীয়া নৈ মৰমৰ
এৰিব নোৱাৰোঁ তোক
ধৰিব নোৱাৰোঁ তোক
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
[crp]
Music Video Of Kaliza Song