Jipaal lyrics by Sannidhya Bhuyan is the latest Assamese song. Jipaal Lyrics were penned by Rajib Bhuyan. The song produce by Tonmoy Krypton. Additional Production by Abhi Saikia. published on 10 January 2020.
“Jipaal” Song Details:
Song | Jipaal |
Singer | Sannidhya Bhuyan |
Music | Tonmoy Krypton, Abhi Saikia |
Lyrics | Rajib Bhuyan |
Jipaal Lyrics
Jiri jiri nijorare gaan
Xunisa ne pokhir kolotaan
Gose bone botahor dhemali
Uri uri odekha ojan
Dur xudur oxhimore xomaan
Mukhorito bohagor aabeli
Kulitiye geet gaale
Prokritiye xaar paale
Xeuji xeuji xeujiya aaji bononi
Birikhor dale dale
Kheli fure pokhikule
Fole fule dhoroni aji xuwoni
Jiri jiri nijorare gaan
Xunisa ne pokhir kolotaan
Gose bone botahor dhemali
Bohaagore motoliya praan
Xunibane hridoyore gaan
Xuxhubhito hiyare poduli
Bohaagore binondiya maat
Hridoyote fulise probhat
Probhati xunali rodali
Kulitiye geet gaale
Prokritiye xaar paale
Xeuji xeuji xeujiya aaji bononi
Birikhor dale dale
Kheli fure pokhikule
Fole fule dhoroni aji xuwoni
Jiri jiri nijorare gaan
Xunisa ne pokhir kolotaan
Gose bone botahor dhemali
Jipaal Lyrics In Assamese
জিৰী জিৰী নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি
উৰি উৰি অদেখা অজান
দূৰ সুদূৰ অসীমৰে সমান
মুখৰিত বহাগৰ আবেলি
কুলিটিয়ে গীত গালে
প্ৰকৃতিয়ে সাৰ পালে
সেউজী সেউজী সেউজীয়া আজি বননী
বিৰিখৰে ডালে ডালে
খেলি ফুৰে পখিকূলে
ফলে ফুলে ধৰণী আজি শুৱনি
(জিৰী জিৰী নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি) 2
বহাগৰে মতলীয়া প্ৰাণ
শুনিবানে হৃদয়ৰে গান
শুশোভিত হিয়াৰে পদূলি
বহাগৰে বিনন্দীয়া মাত
হৃদয়তে ফুলিছে প্ৰভাত
প্ৰভাতী সোণালী ৰদালি
কুলিটিয়ে গীত গালে
প্ৰকৃতিয়ে সাৰ পালে
সেউজী সেউজী সেউজীয়া আজি বননী
বিৰিখৰে ডালে ডালে
খেলি ফুৰে পখিকূলে
ফলে ফুলে ধৰণী আজি শুৱনি
(জিৰী জিৰী নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি) 2
জিৰী জিৰী নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি
উৰি উৰি অদেখা অজান
দূৰ সুদূৰ অসীমৰে সমান
মুখৰিত বহাগৰ আবেলি