Eikhoni Gaon Bukur Apun Lyrics, sung by Dwipen Barua. Old Assamese Golden Collection.
Song Credits
- Song: Eikhoni Gaon Bukur Apun
- Singer: Dwipen Barua
- Album: Old Assamese Golden Collection.
Eikhoni Gaon Bukur Apun Lyrics
এইখনি গাঁও..
বুকুৰ আপোন
ইয়াতে দেখোঁ
নতুন সপোন
কোনে জুমি চাই…
জুৰিত দাপোন !
ফুলৰ পাতৰ
সাজোন কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
আগলি বাঁহত
বগলী নাচিছে !
আগলি বাঁহত
বগলী নাচিছে !
আলফুলেকৈ
কহুঁৱা হালিছে
মুখে মুখে হাঁহি দেখোন !
মুখে মুখে হাঁহি দেখোন…
ফুলৰ পাতৰ
সাজোন কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
সৰু বৰ নাই
ইগাঁৱত সমুলি !
সৰু বৰ নাই
ইগাঁৱত সমুলি
উলাহতে সৌ !
উদুলি মুদুলি
চেনেহৰ এই বান্ধোন !
চেনেহৰ এই বান্ধোন…
ফুলৰ পাতৰ
সাজোন কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
এইখনি গাঁও..
বুকুৰ আপোন
ইয়াতে দেখোঁ
নতুন সপোন
কোনে জুমি চাই..
জুৰিত দাপোন !
ফুলৰ পাতৰ
সাজোন কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ;
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷৷
[crp]
Music Video Of Eikhoni Gaon Bukur Apun Song