Duronibotiya Sithi Lyrics, sung by Achurjya Borpatra. Published On 12th February 2021. Lyrics penned by Paplu Chetia. Music by Bijoy Sankar.
Song Credits
- Vocal- Achurjya Borpatra
- Composition- Achurjya Borpatra & Bijoy Sankar
- Music Producer- Bijoy Sankar
- Lyrics-Paplu Chetia
- Female Vocal- Bhanupriya
- Label: Achurjya Borpatra Official
Duronibotiya Sithi Lyrics
ঐয়াঙে দৈয়াঙে…
পুৰণিকলীয়া কথাবোৰ
দুৰণিবটীয়া চিঠিবোৰ
খুঁচৰি খুঁচৰি পুৰাতন
হঠাতে হাচতি খুলিলোঁ
ঐয়াঙে দৈয়াঙে
চলাথ কৰিলো
ফাগুনৰ ঠিকনা
তোমাতে পালোঁ
উপহাস সামৰি খোজ পাতিলোঁ
অসমান বাটকো আপোন বুলিলোঁ
“এছাটি বতাহে সিঁচিলে শিহৰণ ফাগুনৰে”
এৰি থৈ অজুহাত ঢপলিয়াই
শিমলুৰ শিখৰত ৰঙা হৈ
বাউলীঁ হৈ আউজি
নাচাবি তই ফাগুনী
পদুলিতে তই নৰ’বি গধূলি
জোঁকাই জাৰি-জোঁকাৰি আবিৰ উৰি আহে
ৰঙাই আলি-পদূলি প্ৰণয় ফাঁকু সানে
আঘোণ লৈ শাওণ হৈ
ফাগুন হোৱনা।
Music Video Of Duronibotiya Sithi Song