Dodai Lyrics by Debojit Borah. Published on 27th march 2019. Most Popular Assamese Song.
Audio Credits
- Album : Debojit Live Vol-7
- Song : Dodai
- Singer : Debojit Borah
- Music : Ujjwal Aarong
- Flute : Ujjwal Konwar
- Mix/Mastered : Diganta Bordoloi Recorded by Rajiv Sharmah Studio Fusion
- Starring : BIMAL BORA RIYA ARUNDHATI JITU GOGOI JANVI BARUAH
- Choreographer : BIMAL BORA
- Editor : MONI RAJKONWAR
- Cinematographer : PRITHVIRAJ DUTTA
- Drone Operator : JOYDEEP
- Make-up : NANU
- Costume : DIPLU
- Editing Studio : TEMPTATION
- Label: Debojit Borah Official
Dodai Lyrics by Debojit Borah
অ দদাই খেতি কৰিবলে গৰু এহাল কিনি দে
অ দদাই এই বহাগতে বিয়াখন মোক পাতি দে
ঘৰত সোমাবহি নকৈ লখিমী
গাৱতে খছিমে গাৱৰ বোকাপানী
কলেজলে… কলেজলে নেযাং দদাই
বগা চোলা পিন্ধি দদাই
খেতি কৰিবলে গৰু এহাল কিনি দে…
হালধী বাৰীতে জানৈ…
হালধী ৰুই থাকোতে হালধী ৰুই থাকোতে
বানদৰে ঐ দিলেহি খেদা…দা
ডাঙৰজনীক মাতোতে জানৈ…
সৰুজনী আহিলে সৰুজনী আহিলে
পাতিব ঐ নেজানে কথা…
হালধী বাৰীতে জানৈ…
হালধী ৰুই থাকোতে হালধী ৰুই থাকোতে
বানদৰে ঐ দিলেহি খেদা
ডাঙৰজনীক মাতোতে জানৈ
সৰুজনী আহিলে সৰুজনী আহিলে
পাতিব ঐ নেজানে কথা
ইলাদৈ তোৰেনো ঘৰলে নেযাং
সঁচাকৈ যদি দিয় কেটেৰা
যদি দিয় কেটেৰা মাত
অই হাউলি তুলিবি ঐ তৰামাই
ঐ তৰামাই নাদৰ পানীটুপি
হাউলি তুলিবি ঐ তৰামাই
ঐ তৰামাই নাদৰ পানীটুপী
জোকাৰি তুলিবি লাই…
গাভৰু ছোৱালী ঐ তৰামাই
ঐ তৰামাই আশা নকৰো মই
গাভৰু ছোৱালী ঐ তৰামাই
ঐ তৰামাই আশা নকৰো মই
সৰুতেই পলাই গুছি যাই
অ দদাই খেতি কৰিবলে
গৰু এহাল কিনি দে
অ দদাই এই বহাগতে বিয়াখন মোক পাতি দে
ঘৰত সোমাবহি নকৈ লখিমী
গাৱতে খছিমে গাৱৰ বোকাপানী
কলেজলে…কলেজলে নেযাং দদাই
বগা চোলা পিন্ধি দদাই
খেতি কৰিবলে গৰু এহাল কিনিদে…এ…এ…
Music Vedio Of Dodai Song