Borgeet xuno xuno re lyrics download by Zubeen Garg.This is one of the most popular borgeet sung by zubeen. These are originally by Sri Sri Srimanta Sankardeva and Madhabdeva.
Borgeet Of Sankardev
- বৰগীত : শুন শুন ৰে সুৰ
- বিৰচিত : মহাপুৰুষ শঙ্কৰদেৱ
- ৰাগ : আশোৱাৰী
- তাল : পতপৰিতাল
Borgeet Xuno Xuno Re Xuno Lyrics In Assamese
আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
ৰাম নাম যম সমৰক সাজিয়ে
ৰাম নাম যম সমৰক সাজিয়ে
সমদলে কয়লি পয়াণা
ঠাট প্ৰকট কটু কৌটি
কৌটি কপি
গিৰিগৰ গৰ পদ ঘাৱে
আ আ আ আ আ
ঠাট প্ৰকট কটু কৌটি
কৌটি কপি
গিৰিগৰ গৰ পদ ঘাৱে
বাৰীধি তিৰতৰি কৰে
গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে
হাট ঘাট বহু বাট বিয়পি এ
চৌগড়ে বেড়লি লংকা
আ আ আ আ আ
হাট ঘাট বহু বাট বিয়পি এ
চৌগড়ে বেড়লি লংকা
গুৰু ঘন ঘন ঘোষ ঘৰিষণ
গৰ্জন
শ্ৰৱণে জনময় শংকা
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱ্ণ তুৱা পৰি জাম্পে
আ আ আ আ আ
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱ্ণ তুৱা পৰি জাম্পে
শুৰ নৰ কিন্নৰ ফণধৰ থৰ
থৰ
মহীধৰ তৰসি প্ৰকাম্পে
অন্ধ মুগুধ দশকন্ধ পাপ
বোধ
জানকী শিৰত চৰাই
আ আ আ আ আ
অন্ধ মুগুধ দশকন্ধ পাপ
বোধ
জানকী শিৰত চৰাই
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
শংকৰ কহতু উপায়
আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
Borgeet Xuno Xuno Re Xuro Lyrics English
suna suna re sura boiri pramanā
nisacara nasa nidana |
Ramanama yama samaraka saji
samadale kayali payana ||
pada || thata prakata patu koti koti kapi
giri gadagada padaghāve |
baridhi tira tari kare gurutara giri
dhari dhari samaraka dhave ||
hata ghāta bahu bata biyāpi
cougade berdhali lankā |
guru ghana ghana ghosa gharisana garjjana
sravane janamaya sankā ||
dhira bira sura sekhara Raghava
ravana tuvā pari jhāmpe |
sura nara kinnara phanadhara tharathara
mahidhara tarasi prakampe ||
andha mugudha dasa- kandha pāpa budha
janakika sirata cada |
Raghupati pada bara dhara rajanicara
Sankara kahatu upaya ||
“Borgeet Xuno Xuno Re” Music Video