bogi bogi suali latest assamese song by montu moni lyrics download. this song vedio is very nice which was choreograhy by uday shnkar.Cast by montu moni dhurbo and aaimi baaruh.
Bogi bogi Suali audio credit
- Song : bogi bogi
- singer : montu moni
Bogi bogi suali lyrics in Assamese
আজি বিবি ভৈয়াম লগা ডেকাতি
আছিলে কবলে মৰম লগা কথাটটো
নাজানিবি কবলে তুমাৰ খান নিচিনা
নুবুজিবি মুই খান পাহাৰিয়া আছিলা
হো… হো .হো… হো.
বগী বগী ছোৱালীৰ পাবলৈ মহিমা
যাবলৈ মন যায় বান্ধৈ
নাগালেণ্ড কহিমা
ঘামত তিতা কঁকালটিয়ে
কৰে হিয়া মন আমনি
চকুত চকু পৰিলে হয় মন খেলি মেলি
অ তাই আঁকৰী নে অ তাই আজলী নে
পাহাৰৰ ডালিমী
এনে লাগে তাইকে পাতিম বিয়া খনি
বগী বগী ছোৱালীৰ পাবলৈ মহিমা
যাবলৈ মন যায় বান্ধৈ
নাগালেণ্ড কহিমা
পাহাৰীয়া গাভৰু ৰূপে সুমেথিৰা
মিঠা মিঠা হাঁহিতে মই হলো যে বলিয়া
ৰঙা বগা দুগালেৰে দুচকুত বিজুলী
কাষত পালে লাগে বান্ধৈ
ধৰোঁ যেন সাৱটি
অ তাই আঁকৰী নে অ তাই আজলী নে
পাহাৰৰ ডালিমী
এনে লাগে তাইকে পাতিমে বিয়া খনি
বগী বগী ছোৱালীৰ পাবলে মহিমা
যাবলে মন যায় বান্ধৈ
নাগালেণ্ড কহিমা
আজি বিবি ভৈয়াম লাগা ডেকাতি
আছিলে কবলে মৰম লগা কথাটো
নাজানিবি কবলে তুমাৰ খান নিচিনা
নুবুজিবি মুই খান পাহাৰীয়া আছিলা
ও …হো. ও. হো. ও …হো
একা বেঁকা বাটেৰে মূৰত লৈ হুৰাতি
ভৈয়ামলে নামে তাই খোজোঁত লৈ খোপনি
মোৰে বুকুত প্ৰেমৰে উঠে খলকনি
কিজানিবা মোলৈ চাই মাৰে মিচিকনি
অ তাই আঁজলি নে অ তাই আকৰি নে
পাহাৰৰ ডালিমী
এনে লাগে তাইকে পাতিম এ বিয়া খনি
বগী বগী ছোৱালীৰ পাবলৈ মহিমা
যাবলৈ মন যায় বান্ধৈ
নাগালেণ্ড কহিমা
হো.
হো
1 thought on “Bogi Bogi Suali | Montumoni | Super hit song 2018 |”