BAJAJ SCOOTER LYRICS, sung by RAKESH REEYAN.
Audio Credit
- SONG : BAJAJ SCOOTER
- SINGER : RAKESH REEYAN
- LYRICS : KHIROD DUTTA/ DIPANKAR DEOGHARIA/ TUSHAR GOHAIN
- COMPOSER : KHIROD DUTTA
- MUSIC : BIJOY SANKAR
- MIX & MASTER : PALASH GOGOI
- RECORDIST : UDDIPTA GOGOI
- RECORDING STUDIO : ZERO DB
- FLUTE : ANJAN MEDHI
- GUITAR : RUPAM SHARMA
- ADDITIONAL VOCAL : BIJOY SANKAR
- Song Right : RAKESH REEYAN MUSICAL
- CAST : RAKESH REEYAN, BARSHA RANI BISHAYA, ASHWINI DEKA(MUKUTA)
- VIDEO DIRECTION : SACHIN BARUAH
- ASSISTANT : SAMIN DAS & BABUSHA
- CINEMATOGRAPHY : BITUL DAS
- AERIAL CINEMATOGRAPHY : CHANDAN BHUYAN
- VIDEO EDITOR : MANAS KASHYAP
- EDITING STUDIO : CINEDREAMS UNLIMITED
- MAKE UP ARTIST : BARBY KHAN
- MAKE UP ASSISTANT : SUMI
- PRODUCTION MANAGER : NAYAN KALITA
Bajaj Scooter Lyrics in Assamese
ঐ বাজাজ ষ্কুটাৰ চলাই যাম
মইনা ঐ তোৰেনো ঐ ঘৰলৈ
ইন্দিকেটৰ জ্বলাই যাম
মইনা ঐ তই চিনি পাবলৈ
চিকিমিকি গধুলি,একাবেকা বাটেদি
হঠাতে গৈ ওলামগৈ তুৰেনো ঐ পদুলিত
মনৰ কথা খুলি কম, মইনা ঐ
মইনা ঐ দিবিনে ঐ সঁহাৰি,দিবিনে ঐ সঁহাৰি তই
অ’ ৰাতি বাৰ বজাত এ মইনা মনে মনে ওলাম গৈ
এ মইনা তোৰেনো ঐ কোঠালিত
কাষতে বহিলৈ, এ মইনা চুমা আকিম কপালত
এ মইনা মৰমো দিম উজাৰি
প্ৰেমৰে বোৱতি নৈ, বুকুতে মোৰ বোৱালি
সচাঁ মৰম ভাল পোৱা, জোখি চাব নোৱাৰি
কিনো মোহে মোহিলি
ঐ কিনো মোহে মোহিলি মইনা ঐ
মইনা ঐ তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত বলিয়া হ’লো
ঐ তিনিআলী মুৰতে, এ মইনা থাকিমেই ঐ তোলৈকে
এ মইনা আহিবি দেই অকলে
ৰাকেছ ৰাকেছ বুলি, এ মইনা জোকাব সমনীয়াই
এ মইনা তোৰে আহি কাষলে
ফুল পৰা তোৰ হাঁহিটিত, জিলিকে গাল দুখনি
খুপি খুপি খুজতে, সৰি পৰে সেৱালি
কিনো মোহে মোহিলি
ঐ কিনো মোহে মোহিলি মইনা ঐ
মইনা ঐ তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত বলিয়া হ’লো
ঐ বাজাজ ষ্কুটাৰ চলাই যাম
মইনা ঐ তোৰেনো ঐ ঘৰলৈ
ইন্দিকেটৰ জ্বলাই যাম
মইনা ঐ তই চিনি পাবলৈ
চিকিমিকি গধুলি,একাবেকা বাটেদি
হঠাতে গৈ ওলামগৈ তুৰেনো ঐ পদুলিত
মনৰ কথা খুলি কম, মইনা ঐ
মইনা ঐ দিবিনে ঐ সঁহাৰি,দিবিনে ঐ সঁহাৰি তই
Bajaj Scooter Lyrics in English
Axomlyrics answered the most frequently ask question
Who wrote the lyrics of ”Bajaj Scooter” song?
- KHIROD DUTTA/ DIPANKAR DEOGHARIA/ TUSHAR GOHAIN has written the lyrics of “Bajaj Scooter”.
Who is the singer of ”Bajaj Scooter” song?
- RAKESH REEYAN has sung the song “Bajaj Scooter”.
Who has directed“Bajaj Scooter” music Vedio?
- SACHIN BARUAH has directed the music vedio of “Bajaj Scooter”