Ahiba Tumi Lyrics by Tarali Sarma is the latest Assamese song. The song music is given by Pawan Rasaily while the lyrics were written by Dilip Bora.
“Ahiba Tumi” Track Info:
- Song: Ahiba tumi
- Singer/Composer : Tarali Sarma
- Lyricist : Dilip Bora
- Music: Pawan Rasaily
Ahiba Tumi Lyrics In Assamese
যেতিয়া পৃথিৱী শুব
মৰমে আমাৰ দুকুল উপচাই
সাগৰ বিচাৰি ব’ব
সাগৰ বিচাৰি ব’ব
চাৱৰীয়া ৰে
সাগৰ বিচাৰি ব’বআহিবা তুমি দুপৰ নিশা
যেতিয়া পৃথিৱী শুব
মৰমে আমাৰ দুকুল উপচাই
সাগৰ বিচাৰি ব’ব
সাগৰ বিচাৰি ব’ব
চাৱৰীয়া ৰে
সাগৰ বিচাৰি ব’ববুকুত আমাৰ ফুলিব বকুল
চকুত জলিব জোন
দুবৰি পাতত
মুখ লুকাই
আহিব মোৰেনো সোণ
আহিব মোৰেনো সোণ
চাৱৰীয়া ৰে
আহিব মোৰেনো সোণ
লুইতত আহিব বলিয়া বান
উলটি উভতি ব’ব
সপোনে আমাৰ ডেউকা মেলি
বিশাল আকাশ চুব
বিশাল আকাশ চুব
চাৱৰীয়া ৰে
বিশাল আকাশ চুব
আহিবা তুমি দুপৰ নিশা
যেতিয়া পৃথিৱী শুব
মৰমে আমাৰ দুকুল উপচাই
সাগৰ বিচাৰি ব’ব
সাগৰ বিচাৰি ব’ব
চাৱৰীয়া ৰে
সাগৰ বিচাৰি ব’ব
Ahiba Tumi Lyrics In English
Aahiba tumi dupor nikha
Jetiya prithibi hubo
Morome aamar dupolu uposai
Sagor bisari bobo
Sagor bisari bobo
Saawariyare
Sagor bisari bobo 2
Bukut amar phoolibo bokul
Sakut jolibo joon
Dubori patot mukh lukaii
Ahibo mure nu hun
Aahibo mure nu hun
saawariyare
Ahibo mure nu hun
Luitot ahibo boliya baan
Uloti uvoti bobo
Hopune amar deuka meli
Bishaal aakakh subo
Saanwariyare
Bishaal akakh subo
Aahiba tumi dupor nikha
Jetiya prithibi hubo
Morome aamar dupolu uposai
Sagor bisari bobo
Sagor bisari bobo
Saanwariyare
Sagor bisari bobo
Sagor bisari bobo
Saawariyare
Sagor bisari bobo
Saanwariyare
Sagor bisari bobo…