Aai Tuk Kihere Pujime Lyrics in Assamese & English, sung by Bhupen Hazarika. Old Assamese Golden Collection.
Song Details
- Label: Saregama
Aai Tuk Kihere Pujime Lyrics in Assamese
আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ’ কিহেৰে পুজিমে তোক
আই অ’ জীৱন দি পুজিমে তোক….
আই তোৰ মৰমী কোলাতে
আই মই জনমে লভিলো,
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ’ জীৱন দি শুজিমে ধাৰ….
আই অ’ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই অ’ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই তোৰ মৰমবোৰ নিগৰি
আই অ’ লুইত হৈ বাগৰে,
আই অ’ শান্তি সাগৰলে বুলি
আই অ’ মহা মিলনলে বুলি….
আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ’ কিহেৰে পুজিমে তোক
আই অ’ জীৱন দি পুজিমে তোক….
আই অ’ জীৱন দি পুজিমে তোক….
আই অ’ জীৱন দি পুজিমে তোক….
[crp]
Music Video Of Aai Tuk Kihere Pujime Song